Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
দ্ৰুতগতিত বহন চলালে ভৰিব লাগিব ২০০০ টকা
ৰাজ্যত অত্যধিক পথ দুৰ্ঘটনা কমাবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী।নিৰ্ধাৰিত গতিৰ সীমা বজাই ৰাখিবলৈ পৰিবহন বিভাগে সতৰ্ক কৰি দিছে, অত্যাধিক দ্ৰুত গতিত বাহন চলালে অতি কমেও ৩ মাহৰ বাবে বাতিল হ’ব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ । ইয়াৰ লগতে নিম্নতম ২ হাজাৰ টকা জৰিমনাও বিহা হ’ব। মানুহক ঘন কুঁৱলীত গাড়ী চলোৱা পৰিহাৰ কৰিবলৈ আহ্বান জনাই। ২০২০ বৰ্ষৰ পৰিবহণ বিভাগৰ তথ্য অনুসৰি, কুঁৱলীৰ বতৰত পথ দুৰ্ঘটনাৰ ফলত মুঠ ৪০১ গৰাকী লোকৰ মৃত্যু হৈছিল।