Skip to content

নগাঁওৰ আৰক্ষী অধীক্ষক SP আনন্দ মিশ্ৰক জৰুৰীকালীন বদলি


নগাঁৱৰ এছ পি আনন্দ মিশ্ৰক বদলি।উলুবাৰীস্থিত আৰক্ষী মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আনন্দ মিশ্ৰক।ইফালে, অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাক অস্থায়ীভাৱে নগাঁৱৰ এছ পিৰ দায়িত্ব প্ৰদান।

Back To Top