skip to Main Content

নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাৰ অভিযোগত পত্নী মৌচুমীক গ্ৰেপ্তাৰ

  • Assam


মহানগৰীৰ পল্টনবজাৰৰ কালী মন্দিৰৰ পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাৰ অভিযোগত পত্নী মৌচুমীক গ্ৰেপ্তাৰ। পাৰিবাৰিক সংঘাতৰ বাবেই নাৰায়ণৰ পত্নীয়ে চুপাৰী কিলাৰৰ হতুৱাই হত্যা কৰিছিল স্বামী নাৰায়ণ চক্ৰৱৰ্তীক।

Back To Top