The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
নাৰায়ণ চক্ৰৱৰ্তী হত্যাকাণ্ডৰ সন্দৰ্ভত ৪ জনক আটক কৰিছে।
পল্টন বজাৰৰ কালিবাৰিত হত্যা কাণ্ডৰ ঘটনা।নাৰায়ন চক্ৰৱৰ্তী নামৰ এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ।ৰেলৱে কলনীৰ কোৱাটাৰত উদ্ধাৰ মৃতদেহ উদ্ধাৰ।সঞ্জীৱ চক্ৰৱৰ্তী কোৱাটাৰত উদ্ধাৰ মৃতদেহটো।বুধবাৰে নিশাৰ পৰা সঞ্জীৱ চৌধুৰীৰ কোৱাটাৰত আছিল মৃত নাৰায়ণ চক্ৰৱৰ্তী।হত্যা কাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।ঘটনা স্থলীত উপস্থিত লতাশিল আৰক্ষী ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।