Skip to content

নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।


যোৱা কালি নিমাতীঘাটত ঘটি যোৱা ঘটনাৰ পৰিস্থিতিৰ বুজ লয় হিমন্ত বিশ্ব শৰ্মাই। আজিৰে পৰা নচলিব ছিংগল ইঞ্জিন নাও, পৰিৱৰ্তে চলিব ৬ খন চৰকাৰী ফেৰী। দলং নিৰ্মাণ হ’বলৈ লাগিব আৰু ৪ বছৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষনা কৰে।

Back To Top