Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
পঞ্চভূতত বিলীন শ্বহীদ সুমন স্বগীয়াৰীৰ নশ্বৰ দেহ।
পঞ্চভূতত বিলীন শ্বহীদ সুমন স্বগীয়াৰীৰ নশ্বৰ দেহ।হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।উপস্থিত আছিল অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে সেনা বাহিনীৰ বিষয়া-জোৱান।উল্লেখ্য যে, সম্পূৰ্ণ সামৰিক মৰ্যদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছে।যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰৰ পৰা প্ৰথমে বৰঝাৰ বিমান বন্দৰলৈ অনা সুমন স্বৰ্গীয়াৰীক শ্ৰদ্ধাঞ্জলি জনোৱা হয় অসম চৰকাৰৰ তৰফৰ পৰা।