Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
পাচঁ দিনে সন্ধানহীন APDCLত কৰ্মৰত অভিযন্তাৰ।
৫দিনে সন্ধানহীন APDCLত কৰ্মৰত অভিযন্তাৰ।গুৱাহাটীৰ পৰা নিৰুদ্দেশ গৌৰীপুৰ আলমগঞ্জৰ পাৰভেজ আহমেদ।অলপ সময়ৰ বাবে ৰূমৰ পৰা ওলাই যোৱা পাৰভেজ বহু সময় ধৰি উভতি নহাত লগৰজনে পৰিয়ালৰ লোকক অৱগত কৰে।পৰিয়ালৰ লোকে দিছপুৰ থানাত এজহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ সুংসূত্ৰ পোৱা নাই।আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে।