In an effort to improve Schools in Assam, Chief Minister Himanta Biswa Sarma announces ₹10,000…
পুনৰ আলফা স্বাধীনত যোগদান অসমৰ ৩যুৱকৰ।৩যুৱকৰ ভিতৰত দুজনেই আৰক্ষী জোৱান
পুনৰ আলফা স্বাধীনত যোগদান অসমৰ ৩যুৱকৰ।৩যুৱকৰ ভিতৰত দুজনেই হৈছে আৰক্ষী জোৱান।কৌশিক গোঁহাই,নুমল ফুকন আৰু পিংকু মৰাণৰ আলফা (স্বা)ত যোগদান।কৌশিক গোঁহাই মাকুম আৰক্ষী ঠানাত কৰ্মৰত।চৰাইদেউৰ সাপেখাটিৰ নুমল ফুকন শিলচৰত আৰক্ষী যোৱান হিচাপে কৰ্মৰত।আনজন পিংকু মৰাণ তিনিচুকীয়া জিলাৰ তালাপৰ।ইতিমধ্যেই ম্যানমাৰ আলফা কেম্পত গৈ উপস্থিত হৈছে ৩যুৱক।