Skip to content

পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা।

পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা।ৰুক্মীণিগাঁৱত সংঘটিত দুৰ্ঘটনাৰ বাবে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ বিতৰ্কিত মডেলগৰাকী।জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল ৰাজকন্যা।জি এম চি এইছৰ ৬ জনীয়া মেডিকেল ব’ৰ্ডে কৰিছিল স্বাস্থ্য পৰীক্ষা।মেডিকেল ব’ৰ্ডে জনাইছিল সুস্থ ৰাজকন্যা বৰুৱা।তাৰ পিছতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মডেল গৰাকীক।

Back To Top