In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
পুনৰ নিচাযুক্ত টেবলেটসহ জালত পৰিল এজন সৰবৰাহকাৰী
ৰাজ্যত বৰ্তমানেও অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ। ISBTত নিচাযুক্ত টেবলেটসহ জালত পৰিল এজন সৰবৰাহকাৰী। ISBTত গড়চুক আৰক্ষীয়ে নিশ্চিত তথ্যৰ ভিত্তিত অভিযান চলাই মানকাচৰ অভিমুখী এখন নৈশবাছৰ পৰা জব্দ কৰে ৭২০০ পেকেট নিচাজাতীয় টেবলেট। মজনুৰ আলী নামৰ লোকজনে মহানগৰীৰ ধীৰেনপাৰাৰ পৰা মানকাচৰলৈ সৰবৰাহ কৰাৰ সময়ত গ্ৰেপ্তাৰ কৰে লোকজনক।