Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
পুনৰ শিক্ষা বিভাগত ব্যাগুম কেলেংকাৰী
পুনৰ শিক্ষা বিভাগত ব্যাগুম কেলেংকাৰী। ভুৱা নথিপত্ৰলৈ শিক্ষকটা কৰাৰ অভিযোগ নগাঁও শিক্ষন মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীৰ ওপৰত।শিক্ষয়ত্ৰী গৰাকীৰ নাম টুলুমনি দেৱী। এই শিক্ষয়ত্ৰী গৰাকীৰ ওপৰত সদৌ অসম একত্ৰিত যুৱ পৰিষদে ৰুজু কৰিছে এক গোচৰ। এই গোচৰটোৰ বিষয়ে অৱগত কৰে শিক্ষা মন্ত্ৰীকো আৰু লগতে মুখ্যমন্ত্ৰীকো এই সন্দৰ্ভত তদন্ত কৰিবলৈ অৱগত কৰাব বুলি উল্লেখ কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদে।