On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমবাৰলৈ সদৌ অসম ভিত্তিত আন্ত:মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি।
পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমবাৰলৈ সদৌ অসম ভিত্তিত আন্ত:মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি।ৰবীন্দ্ৰ ভৱনত আৰম্ভ হয় প্ৰতিযোগিতাখনি।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই বন্তি প্ৰজ্বলেনেৰে আৰম্ভ কৰে প্ৰতিযোগিতাখনিৰ।তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাই।অসমৰ বিভিন্ন প্ৰান্তৰ ৩০ খনতকৈও অধিক কলেজ-বিশ্ববিদ্যালয়ৰ দুগৰাকী তাৰ্কিকে এই প্ৰতিযোগিতাত অংশ লয়।