In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
বাৰ্থডে’ নহয়, অসমত মহা ব্যৰ্থতা ডে’ উদযাপন কৰিব লাগে: কংগ্ৰেছ নেতা ৰাণা গোস্বামী
বাৰ্থডে’ নহয়, অসমত মহা ব্যৰ্থতা ডে’ উদযাপন কৰিব লাগে বুলি মন্তব্য কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ।যোৰহাটৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে বিজেপিয়ে অসমত প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন ২০ দিন ধৰি উদযাপন কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে। ৰাজ্যৰ শোচনীয় পৰিস্থিতিৰ সময়ছোৱাত এই বাৰ্থডেক মহা ব্যৰ্থতা ডে আখ্যা দি এক সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰে দেশৰ বৃহৎ সংখ্যক সম্পত্তি ৬ লাখ কোটি টকাত বিক্ৰী কৰিবলৈ লোৱা বুলি তীব্ৰ সমালোচনা কৰে যোৰহাটৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে।