
বিজেপি মিত্ৰজোঁটৰ ৫গৰাকী বিধায়কে বৃহস্পতিবাৰে ললে শপত।প্ৰথমে শপত বাক্য পাঠ কৰে ৰূপজ্যোতি কুৰ্মীয়ে।উপস্থিত নাথাকিল কংগ্ৰেছ, AIUDFৰ এজনো সদস্য।বিজেপিৰ ৩গৰাকী আৰু UPPLৰ দুগৰাকী বিধায়কে ললে শপত।আটাইকেইজন বিধায়কক অভিনন্দ জ্ঞাপন কৰিলে বিধানসভাৰ অধ্যক্ষই।