In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
বিশিষ্ট সাংবাদিক, বাতৰি পৰিৱেশক প্ৰতাপ বৰদলৈ আৰু নাই।
বিশিষ্ট সাংবাদিক, বাতৰি পৰিৱেশক প্ৰতাপ বৰদলৈ আৰু নাই।৭২বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰদলৈয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বৰদলৈয়ে জোনালীত থকা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিলে।নৱগ্ৰহ শশ্মানত ১২বজাত শেষকৃত্য সম্পন্ন কৰা হব দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি পঢ়োতাগৰাকীৰ।শেষকৃত্যত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।