Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
বিহুত দিনা ১২ বজাৰ পৰা কাৰ্ফিউ দিবলৈ আহ্বান চৰকাৰক
ভোগালীৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে জাৰি কৰা নতুন SOPক লৈ এতিয়া প্ৰতিজন অসমীয়া বিপাঙত।এই ক্ষেত্ৰত সোমবাৰে সংবাদমেল আয়োজন কৰি বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষীয়ে ১০ বজাৰ পৰিৱৰ্তে বিহুত ১২ বজাৰ পৰা কাৰ্ফিউ দিবলৈ আহ্বান জনালে চৰকাৰক ৷একেদৰে পুৱা ৬ বজাৰ পৰিৱৰ্তে পুৱা ৫ বজালৈ কাৰ্ফিউৰ সময়সীমা শিথিল কৰিবলৈ সংবাদমেলৰ জৰিয়তে আহ্বান কৰিলে গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষীয়ে।