The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
বৃহস্পতি বাৰে সদনত গৃহীত হ’ল অসম পৌৰ নিগম বিল ২০২১
এই বিলখনৰ জৰিয়তে পৌৰ নিগম বিভাগক প্ৰয়োজনত ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা দিছে। এতিয়াৰ পৰা পৌৰসভাৰ ৫০% আসন মহিলাৰ বাবে সংৰক্ষিত থাকিব। পূৰ্বতে এটা ৱাৰ্ড মহিলাক ৫ বছৰৰ বাবে দিয়া হৈছিল বৰ্তমান ১০ বছৰৰ বাবে সময়সীমা বঢ়োৱা হৈছে অৰ্থাৎ এটা ৱাৰ্ডৰ পৰা কেৱল মহিলাই ৫ বছৰৰ কাৰণে প্ৰতিদন্দ্বিতা কৰাৰ সুবিধা দিয়া হৈছিল কিন্তু বৰ্তমান ১০ বছৰৰ বাবে দিয়া হৈছে আৰু ১০ বছৰৰ পিছত সালসলনি কৰি মহিলাৰ ৱাৰ্ড টো পুৰুষলৈ সলনি কৰা হব আৰু একেধৰণে পুৰুষৰ ৱাৰ্ড মহিলালৈ সলনি হ’ব।