A criminal has succumbed to his injuries after facing the heat of angry locals at…
বেলতলাৰ জয়ানগৰত ছাত্ৰ সন্হাৰ নৱ নিৰ্মিত “ছাত্ৰ পুথিভঁৰাল” উদ্ধোধন
বেলতলাৰ জয়ানগৰত ছাত্ৰ সন্থাৰ নৱনিৰ্মিত ”ছাত্ৰ পুঁথিভড়ালৰ” শুভ উদ্ধোধন কৰা হয়।ছাত্ৰ পুঁথিভড়ালটিৰ শুভ উদ্ধোধন কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভটাচাৰ্যই।এই পুঁথিভড়ালৰ জৰিয়তে কিতাপ পঢ়াৰ এক আন্দোলন হ’ব।এই পুঁথিভড়ালটোত শিশু সকলৰ বাবে থাকিব এক সুকীয়া কক্ষ।বুক বেংকলৈও পৰিৱৰ্তন কৰা হ’ব এই পুঁথিভড়ালটো।