The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ।
বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ।আদালতত হাজিৰ কৰা সময়ত চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত আকাশ চৌধুৰীৰ। আদালতত আকাশ চৌধুৰীয়ে ক’লে, ‘‘মই হত্যা কৰা নাই, আৰক্ষীৰ মাৰৰ কোবত মই হত্যাৰ কথা স্বীকাৰ কৰিছিলো। আৰক্ষীয়ে মোক মাৰি মাৰি খোজ কাঢ়িব নোৱাৰা কৰি দিছিল। মই সন্তানৰ শপত খাই কৈছো, মই বৰুৱা দম্পতীক হত্যা কৰা নাই।’’ অভিযুক্ত আকাশৰ এই মন্তব্যই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।