Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ চলিব যন্ত্ৰচালিত নাও
ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ চলিব যন্ত্ৰচালিত নাও অৰ্থাৎ ভুটভুটী।গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচলৰ বাবে ইতিমধ্যেই সাজু কৰা হৈছে ১০খন ভুটভুটী নাও।প্ৰতিখন নাওতে স্হাপন কৰা হৈছে শক্তিশালী ইঞ্জিন।২০১৮চনৰ ৫চেপ্তেম্বৰ তাৰিখে হোৱা নাও দুৰ্ঘটনাৰ পিছত বন্ধ আছিল চলাচল।এইবাৰ ভুটভুটী সমূহৰ বহন ক্ষমতা অনুযায়ী যাত্ৰী উঠোৱা হ’ব।