In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশেষ কাৰ্যসূচী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশেষ কাৰ্যসূচী। দীঘলীপুখুৰীপাৰত দুদিনীয়া কাৰ্যসূচীৰে ‘নৱ ভাৰত মেলা’ৰ আয়োজন যুৱ মৰ্চাৰ। ৰাজ্যৰ বিভিন্ন স্থানৰ থলুৱা সামগ্ৰীৰ প্ৰদৰ্শন এই মেলাত। মেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন সাংসদ কুইন ওজা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় উপসভানেত্ৰী নেহা যোশীৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়া।