
২২জানুৱাৰীত সংঘটিত হোৱা নগাঁৱৰ গুলী চালনা ঘটনাত জড়িত আৰক্ষী কণিষ্টবল প্ৰদীপ বণিয়াক অৱশেষত নিলম্বন কৰা হ’ল।প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক গুলীওৱা কাণ্ডৰ লগত জড়িত আছিল এইগৰাকী আৰক্ষী বিষয়া।ভুৱা এনকাউন্টাৰ কৰি গুলীওৱা হৈছিল প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক।