skip to Main Content

ভৰলু নদীক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্য

  • Assam

ভৰলু নদীক প্ৰদূষণমুক্ত কৰাৰ লক্ষ্য ।

আজি পুৱা মহানগৰীত Save Bharalu চাইকেল ৰেলী।চাইকেল ৰেলীৰ জৰিয়তে সজাগতামূলক কাৰ্যসূচী।মহানগৰীৰ জোনালীৰ পৰা উলিওৱা হয় এই ৰেলী। ফ্লেগঅফ কৰে অনুৰাধা শৰ্মা পূজাৰী, পৌৰ আয়ুক্ত দেৱাশিস শৰ্মাই।

Back To Top