Skip to content

মডেল ৰাজকন্যা বৰুৱাক চিনি নাপায় ডাঃ নৱনীল বৰুৱাই।

দিছপুৰ থানাত উপস্থিত হয় জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱা। বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক চিনি নাপায় ডাঃ নৱনীল বৰুৱাই।দিছপুৰ আৰক্ষীৰ আগত এই ভাষ্য ডাঃ বৰুৱাৰ।সুস্থ ৰাজকন্যাক জি এন আৰ চিৰ আই চি ইউ ভৰ্তি কৰোৱাৰ অভিযোগ ডাঃ নৱনীল বৰুৱাৰ বিৰুদ্ধে।

Back To Top