Skip to content

মন্ত্ৰী যোগেন মোহনলৈ আগবঢ়োৱা হৈছে বীৰ পাংৰাও বঁটা


মন্ত্ৰী যোগেন মোহনলৈ আগবঢ়োৱা হ’ব চলিত বৰ্ষৰ বীৰ পাংৰাও বঁটা।টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ঐতিহাসিক পাংৰাও ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হ’ব মে-ডাম-মে-ফী।এই বিশেষ দিনটোতেই মন্ত্ৰী যোগেন মোহনক প্ৰদান কৰা হ’ব বীৰ পাংৰাও বঁটা।

Back To Top