
মহানগৰীৰ ভঙাগড়স্থিত পল্লৱী মটৰচৰ এগৰাকী কৰ্মচাৰীৰ ৰহস্যজনক আত্মহত্যা ।প্ৰতিষ্ঠানটোৰ বাথৰূমত চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰ্মচাৰী জনৰ মৃত দেহ।মৃত কৰ্মচাৰিজনৰ নাম বিদ্যুৎ বিকাশ দত্ত আৰু ঘৰ লক্ষীমপুৰত বুলি জানিব পৰা গৈছে।নৱবিবাহিতা বিদ্যুতে পত্নীৰ সৈতে বাস কৰিছিল গুৱাহাটীৰ এটা ভাড়াঘৰত।