The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
মহানগৰীৰ খানাপাৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনা।
মহানগৰীৰ খানাপাৰাৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী I20 বাহনে খুন্দা মাৰে এখন গাখীৰভৰ্তি বলেৰো পিক আপ ভানত। I20 বাহনখনৰ খুন্দাত ৰাজপথত বাগৰি পৰে বলেৰ’ পিক আপ ভানখন।দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োখন বাহনৰ চালক তথা আৰোহীসকল। লগতে বেয়াকৈ ক্ষতিগ্ৰস্ত হয় দুয়োখন বাহন। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি I20 বাহনখনে আন এখন ডাষ্টাৰ বাহনৰ সৈতে ৰেচ কৰিছিল। নিশাৰ ভাগত সংঘটিত এই ঘটনাত ইমানেই ভয়াবহ আছিল যে ৰাজপথত কোনো লোক সেই সময়ত থাকিলে নিশ্চত ৰূপত মৃত্যুমুখত পৰিলে হয়।