On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
মহানগৰীৰ হোটেলত ভয়ংকৰ চুৰিকাণ্ড
মহানগৰীৰ হোটেলত ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। হোটেলৰ কৰ্মচাৰীয়ে লকাৰ ভাঙি লৈ যায় ৬ লক্ষাধিক টকা। মণিপুৰি বস্তিৰ হোটেল অঞ্জনাত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। CCTV কেমেৰাত বন্দী হয় সমগ্র চুৰিকাণ্ডৰ দৃশ্য। দ্বীপজ্যোতি তালুকদাৰ আৰু ছবিন নামৰ দুই যুৱকে সংঘটিত কৰে এই চুৰিকাণ্ডৰ ঘটনাটো। বৰ্তমান ঘটনা সন্দৰ্ভত পল্টনবজাৰ থানাত গোচৰ ৰুজু কৰিছে হোটেল কৰ্তৃপক্ষই।