skip to Main Content

মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।


মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।তেতেলিয়াত ট্ৰাকে মহটিয়ালে স্কুটী আৰোহীক।দুৰ্ঘটনাত থিতাতে নিহত স্কুটী আৰোহীজন।ক্ষুব্ধ ৰাইজে জ্বলাই দিলে ট্ৰাকখন।

Back To Top