A criminal has succumbed to his injuries after facing the heat of angry locals at…
মহানগৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক সুব্ৰত ৰয়।
মহানগৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক সুব্ৰত ৰয়।ধৃত প্ৰৱঞ্চকটোৱে কেইবা গৰাকী ব্যক্তিৰ পৰা কেইবাখনো গাড়ী ভাড়াত লৈছিল।প্ৰথম অৱস্হাত সকলো ঠিকেই আছিল কিন্তু পিছলৈ কাৰো ফোন ৰিচিভ নকৰাৰ উপৰিও ফোন অফ কৰি থয়।গাড়ীৰ মালিক সকল বহুত সমস্যাৰ সন্মুখীন হৈ থানাত এজাহাৰ দিয়ে।সেই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে সুব্ৰত ৰয় নামৰ লোকজনক।