Skip to content

মাছখোৱা ITA চেণ্টাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠান


মাছখোৱা ITA চেণ্টাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠান। ITA চেণ্টাৰত অনুষ্ঠিত হয় কিতাপ উন্মোচনৰ অনুষ্ঠান। উন্মোচন কৰা হয় উদয় মাহুৰকাৰৰ VEER SAVARKAR নামৰ কিতাপখন। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰ লগতে উদয় মাহুৰকাৰ, শ্ৰী চিৰায়ু পণ্ডিত আৰু শ্ৰী ভৰত ভূষণ।

Back To Top