Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
মানৱ অধিকাৰ আয়োগৰ বিশেষ সংবাদমেল
মানৱ অধিকাৰ আয়োগৰ বিশেষ সংবাদমেল।সদৰি কৰিলে বহু গুৰুত্বপূৰ্ণ তথ্য। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মানৱ অধিকাৰ আয়োগে আজি এক সংবাদমেলৰ আয়োজন কৰে।বৃহস্পতিবাৰৰ পৰা দুদিনীয়াকৈ খানাপাৰাত অনুষ্ঠিত হৈছিল মানৱ অধিকাৰ আয়োগৰ ৰাজহুৱা শুনানি। অসমকে ধৰি অৰুণাচল প্ৰদেশ, মণিপুৰ ,চিকিম আৰু নাগালেণ্ডৰ মানৱ অধিকাৰ উলংঘন সম্পৰ্কীয় গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল এই দুটা দিনত।