Skip to content

মুখ্যমন্ত্ৰীৰ নামত ভুৱা আপডেট


টুইটাৰত মুখ্যমন্ত্ৰীৰ নামত ভুৱা আপডেট।‘২০ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব বুলি আপডেট টুইটাৰত’।কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে শিক্ষানুষ্ঠান বন্ধ থাকিব।টুইটাৰত এয়া এক ভুৱা প্ৰচাৰ বুলি উল্লেখ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ।অসম আৰক্ষীক এই ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

Back To Top