A criminal has succumbed to his injuries after facing the heat of angry locals at…
মেঘালয় সীমান্তলৈ যাব অসম ছাত্ৰ সন্থা সহ পাছ জনজাতীয় সংগঠন
মেঘালয় সীমান্তলৈ যাব অসম ছাত্ৰ সন্থা সহ পাছ জনজাতীয় সংগঠন।সীমান্ত পৰিদৰ্শন কৰি স্থানীয় বাসিন্দাৰ মতামত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব প্ৰতিবেদন। ছাত্ৰ সন্থাইয়ো বিচাৰে অসম সীমা সমস্যাৰ স্থায়ী সমাধান।দুয়োখন ৰাজ্যৰ সীমা সমস্যাক লৈ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাইছে সকলোৱে।১২টা বিবাদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে।এই মন্তব্য কৰিলে ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য দেৱে।