The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
যান-বাহনৰ পথ কৰ নিদিলে ১০,০০০ হাজাৰ টকাৰ জৰিমনা
শীঘ্ৰই পৰিশোধ কৰক যান-বাহনৰ পথ কৰ নহ’লে বাহন জব্দ কৰাৰ উপৰিও ভৰিব লাগিব ১০,০০০ টকাৰ জৰিমনা।অনলাইনৰ যোগেদিও পৰিশোধ কৰিব পাৰিব এই কৰ।www.parivahan.gov.in পেজত click কৰক Online Service, vehicle Related Serviceবাছনি কৰি select কৰক ৰাজ্যৰ নাম,সন্নিবিষ্ট কৰক আপোনাৰ বাহনৰ নম্বৰ ,নম্বৰ সন্নিবিষ্ট কৰাৰ পিছতে ত Proceed ত ক্লিক কৰক,তাৰ পিছত pay text আৰু অন্তভূক্ত কৰক মোবাইল নম্বৰ,তাৰ পিছত মোবাইলত অহা OTP Enter কৰাৰ পিছত payment mode বাচনি কৰি পৰিশো কৰিব পাৰিব আপোনাৰ বাকী থকা কৰ।