A criminal has succumbed to his injuries after facing the heat of angry locals at…
যান-বাহন পাৰ্কিংৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ নতুন নিৰ্দেশনা
জনসাধাৰণৰ সুবিধাৰ্থে গুৱাহাটী পৌৰ নিগমে ৫২ পাৰ্কিং স্হান বিনামুলীয়া কৰিছে।পৌৰ আয়ুক্ত দেবাশীষ শৰ্মাই ঘোষণা কৰা মতে যান-বাহন পাৰ্কিংৰ নামত ধন সংগ্ৰহ কৰা স্হান কেইটা হৈছে-কটন কলেজিয়েট পথ,ড০ জে চি দাস পথ,এইচ বি ৰোড,ব্যাপ্টিছ চাৰ্চ,আৰ পি ৰোড বি কে টাৱাৰ,এইচ বি ৰোড খুবচান্দ,ভঙাগড় উৰণীয়া সেতুৰ তলৰ পাৰ্কিং,আদাবাৰী বাছ টাৰ্মিনেল,ফাচীবজাৰ বেছমেন্ট,লাচিত ঘাট আৰু গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ বজাৰৰ সমীপৰ পাৰ্কিং আস্হান।ইয়াৰ বিপৰিতে মহানগৰীৰ অন্যান্য স্হানত থকা পাৰ্কিং আস্হান সমূহ বিনামূলীয়া।