Skip to content

শাৰদীয় দুৰ্গোৎসৱ…

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষনত মনত বহু আশা লৈ সাজু হৈছে মহানগৰীৰ দুৰ্গা পূজা কমিটি। কোভিড সৃষ্ট পৰিবেশৰ মাজতেই চৰকাৰী SOP ৰ নিৰ্দেশ মতে শাৰদীয় দুৰ্গা পূজাক আদৰিবলৈ সাজু হৈছে পূজা কমিটি সমূহ। পূজাৰ প্ৰাকক্ষণতেই শাৰদীয় দুৰ্গা পূজাৰ বাবে প্ৰস্তুতি কৰিছে বহু কেইখন দুৰ্গা পূজা সমিতিয়ে। কভিড ৰ বাবে এই বেলি পূজা সমিতিয়ে বিগ বাজেটেৰে নহয় অনুষ্টুপীয়াকৈ সাজু হৈছে শাৰদীয় দুৰ্গা পূজা আদৰিবলৈ। উল্লেখ্য যে অহা ১১ অক্টোবৰ পৰা ১৪ অক্টোবৰলৈ শাৰদীয় দুৰ্গা পূজা আয়োজন কৰা হব।

Back To Top