Skip to content

শিলপুখুৰীত এজন যুৱকৰ ৰহসজনকভাৱে মৃত্যু।


শিলপুখুৰীৰ হাউচিং কলনিত এজন যুৱকৰ ৰহসজনকভাৱে মৃত্যু।মৃত যুৱকজনৰ বয়স ২৩ বছৰ নাম মনজিৎ ডেকা।ডেকাৰ ঘৰ শিলপুখুৰীৰ হাউচিং কলনিত।নিশা এটা বাৰ্থদে পাৰ্টীৰ পৰা আহি আছিল যুৱকজন।

Back To Top