The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
শিশু শ্ৰমিকক লৈ উত্তেজনা!
শিশু শ্ৰমিকক লৈ উত্তেজনা। নগাঁৱৰ বেবেজীয়াত এগৰাকী অতিৰিক্ত উপায়ুক্তৰ পিতৃৰ ঘৰত দুগৰাকী কন্যা শিশু শ্ৰমিক হিচাপে ৰখাৰ অভিযোগ। কন্যা দুগৰাকীৰ বয়স ক্ৰমে ১৩ আৰু ১৪ বছৰ। কন্যা দুগৰাকীৰ অভিভাৱকে ঘৰলৈ উভতাই নিবলৈ আহোতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু চাইল্ডলাইনৰ লোকক দুৰ্ব্যৱহাৰ শান্তনা বৰা নামৰ অতিৰিক্ত উপায়ুক্ত গৰাকীৰ। অতিৰিক্ত উপায়ুক্ত গৰাকীৰ সাংবাদিককো দুৰ্ব্যৱহাৰ।