The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে
দেওবাৰে সন্ধিয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।গুৱাহাটীৰ কইনাধৰাত দুয়োজন নেতাৰ মাজত অনুষ্ঠিত আলোচনাত প্ৰধানকৈ শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কথাই স্থান পাইছিল। মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছত সাংবাদিকৰে হোৱা আলোচনাত অখিল গগৈয়ে পুনৰ ‘কা’ আন্দোলনৰ পোষকতা কৰে।অখিলৰ দাবী ‘কা’ বলৱৎ হ’লেই ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী অসমলৈ আহিব।