The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
শীঘ্ৰেই মুকলি হ’ব দিছপুৰ উৰণীয়া সেঁতু।
শীঘ্ৰেই মুকলি হোৱাৰ পথত দিছপুৰ উৰণীয়া সেঁতু।২৫জনকৈ চিত্ৰ শিল্পী ব্যস্ত উৰণীয়া সেঁতুৰ দেৱালত চিত্ৰ অংকনত।উৰণীয়া সেঁতুৰ দেৱালত অংকন ৰাজ্যৰ জনগোষ্ঠীয় পৰম্পৰাগত সাজপাৰৰ লগতে দেশৰ প্ৰতিখন ৰাজ্যৰ থলুৱা সাংস্কৃতিক পৰম্পৰাও প্ৰদৰ্শিত হ’ব উৰণীয়া সেঁতুৰ দেৱালত।দেৱালত থাকিব ৰাজ্যৰ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰাণী আৰু পক্ষীৰ ছবিও।