
শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকতো অ’মিক্ৰণ ভেৰিয়েণ্টেকলৈ বিশেষভাবে আলোচনা কৰা হয়। সংক্ৰমণৰ পৰা ৰাজ্যবাসীক আঁতৰাই ৰাখিবলৈ শীঘ্ৰে ৰাজ্য চৰকাৰে জাৰি কৰিব নতুন SOP। এই কথা সংবাদমেল যোগে জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।