Skip to content

সভাপতি ভূপেন বৰাৰ পৰ্যালোচনা বৈঠক


সভাপতি ভূপেন বৰাৰ পৰ্যালোচনা বৈঠক। ২০২১ ৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা কংগ্ৰেছৰ প্ৰাৰ্থী সকলৰ সৈতে বৈঠক। ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এই বৈঠক। দিনৰ ১২ বজাত আৰম্ভ হয় বৈঠক।

Back To Top