In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান
সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বৃহস্পতিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ৷ দুৰ্লভপুৰ গাঁৱৰ জয়নাল হক নামৰ যুৱক জনৰ ঘৰৰ পৰা জব্দ ৩৬৫ টা ড্ৰাগছ কন্টেইনাৰ। পাথাৰকান্দি আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ যুটীয়া অভিযানত চলিছিল এই অভিযান৷ জয়নাল হকৰ লগতে আব্দুৰ ৰহমান আৰু বশিৰ উদ্দিন নামৰ দুই সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে৷