In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
সীমা বিবাদ নিষ্পত্তি কৰাৰ উদ্দেশ্যে বৈঠকত মিলিত হ’ব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী
দীৰ্ঘদিন ধৰি অসম-মেঘালয়ৰ মাজত চলি অহা সীমা বিবাদ শেষ কৰিবলৈ দুয়ো ৰাজ্যই এইপৰ্যন্ত মীমাংসালৈ আহিব পৰা নাই। কেইদিনমান পূৰ্বে কামৰূপৰ লাম্পিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই লাম্পিবাসীক সীমা সমস্যাৰ আশ্বাস দিছিল৷ বুধবাৰে সীমা সমস্যাক লৈ কইনাধৰাত সন্ধিয়া ৬ বজাত পুনৰ এক বৈঠকত মিলিত হ’ব অসমৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী দুগৰাকী।