Skip to content

সুৰাপান কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ শিল্পী জুবিন গাৰ্গৰ

প্ৰতিবছৰে নৱবৰ্ষ উদ্‌যাপনৰ নামত সুৰাপান কৰাৰ ফলত বহু লোকৰ মৃত্যু হয়। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত কাকো অকালতে মৰিবলৈ দিয়া নহব বুলি ঘোষণা কৰিছে। এই ক্ষেত্ৰত কণ্ঠশিল্পী জুবিন গাৰ্গেও সুৰাপান কৰি গাড়ী নচলাবলৈ অনুৰোধ কৰি কয় যে সুৰাপান কৰি গাড়ী চলালে নিজৰ লগতে আনৰো প্ৰাণহানি হোৱাৰ আশংকা থাকে গতিকে সুৰাপান নকৰি অন্যধৰণে নৱবৰ্ষ উদ্‌যাপন কৰিবলৈ আহ্বান জনায়।

Back To Top