Skip to content

সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিক ১০,০০০ টকাকৈ জৰিমণা বিহিলে অসম আৰক্ষীয়ে

সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিৰ প্ৰতি কঠোৰ হৈছে মহানগৰ আৰক্ষী। যোৱা নিশা সুৰপান কৰি গাড়ী চলোৱা অপৰাধত ২৬ জন লোকৰ আৰক্ষীয়ে লাইচেন্স জব্দ কৰে লগতে প্ৰত্যেক জনকে ১০,০০০/- টকা জৰিমনা বিহে।

Back To Top