Skip to content

সোমবাৰে তিতাবৰত মৃত নাহৰফুটুকী উদ্ধাৰ।

  • Assam


তিতাবৰত সোমবাৰে এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ কৰা হৈছে।তিতাবৰৰ ভাগ্যলক্ষী গাঁৱত এজন লোকৰ কুঁৱাত উদ্ধাৰ হৈছে নাহৰফুটুকী। নিশা কুঁৱাত পৰি মৃত্যু নাহৰফুটুকীটোৰ।তিতাবৰ বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত্যু হোৱা বাঘটোৰ বয়স প্ৰায় ৫ বছৰ বুলি উল্লেখ কৰিছে বন বিভাগে।

Back To Top