A criminal has succumbed to his injuries after facing the heat of angry locals at…
স্কুল খোলাৰ আগতে স্কুল বাছ সমূহৰ বাকী থকা বকেয়া কৰ সমূহ আদায় দিবলৈ আহ্বান পৰিবহণ বিভাগৰ।
স্কুল খোলাৰ আগতে স্কুল বাছ সমূহৰ বাকী থকা বকেয়া কৰ সমূহ আদায় দিবলৈ আহ্বান পৰিবহণ বিভাগৰ।অসম চৰকাৰৰ পৰিবহন বিভাগে মিছন চাৰখাৰ নামৰ কাৰ্যসূচীৰ জৰিয়তে পহিলা ফেব্ৰুৱাৰীৰ পৰা যি সকল যান-বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিয়াকৈ ৰাজপথত বাহন চলাই আছে তেঁওলোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।গুৱাহাটী মহানগৰীত শতাধীক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অনা নিয়া কৰা বাছ সমূহে সৰ্বমুঠ ১০ কোটি টকা বকেয়া কৰ আদায় দিবলৈ থকা বিষয়টো পৰিবহন বিভাগৰ দৃষ্টিগোচৰ হয়।