
স্বামী মুকুতানন্দ সৰস্বতী নামেৰে নামাকৰণ কৰা হৈছিল পাণ্ডুৰ পৰা কামাখ্যা সংযোগী পথটো।কিন্তু এই প্ৰস্তাৱ এতিয়া বাতিল কৰা হৈছে।GMCপ্ৰস্তাৱ বাতিলৰ নিৰ্দেশ বিভাগীয় মন্ত্ৰীৰ।পথছোৱাৰ নামাকৰণৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতেই সৃষ্টি হৈছিল বিভিন্ন প্ৰতিক্ৰিয়াৰ।প্ৰতিক্ৰিয়াৰ পাছতে গৃহ -নগৰ পৰিক্ৰমা বিভাগৰ পত্ৰ GMCলৈ।